শিশুসকলৰ বাবে বাইবেল

বাইবেলৰ পৰা আপোনাৰ পছন্দৰ সাধুকথা. একেবাৰে বিনামূলীয়া.

আমাৰ উদ্দেশ্য

মেথিউ 19:14 যীচুৱে কৈছে, ‘শিশুসকলক মোৰ ওচৰত আহিব দিয়াঁ, সিহঁতক বাধা নিদিবাঁ, কাৰণ সিহঁতেই তো স্বৰ্গৰাজ্য।’

বাইবেল ফৰ চিলড্ৰেনৰ কাম হ’ল প্ৰত্যেক ভাষাৰ শিশুসকলৰ মাজত ওৱাৰ্লড ওৱাইড ওৱেব, চেলফোন/পিডিএ, ৰঙীণ ছপা ধৰ্ম পুস্তিকা আৰু ৰঙীণ কিতাপ ইত্যাদি বিভিন্ন প্ৰকাৰ আৰু মাধ্যমত বাইবেলৰ সচিত্ৰ সাধুকথা আৰু আনুষংগিক সামগ্ৰীৰ প্ৰচাৰ কৰাৰ জৰিয়তে শিশুসকলক যীচু খ্ৰীষ্টৰ বিষয়ে অৱগত কৰা।.

এই পৃথিৱীৰ 180 কৌটি শিশুৰ মাজত য’তেই সম্ভৱ হয় তাতেই বিনামূলীয়াকৈ বাইবেলৰ সাধুকথা বিনামূলীয়াকৈ প্ৰচাৰ কৰা হ’ব।.


Instagram
Twitter
Facebook
TikTok
YouTube

এই ওৱেবচাইটত থকা সকলো বিষয়ক অ-বাণিজ্যিক উদ্দেশ্যত বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পৰা যাব আৰু এইবোৰৰ কপিৰাইট ধাৰক 2016-2018 বাইবেল ফৰ চিলড্ৰেন ইনকৰ্পোৰেশ্বন।; 2003 - 2025 Bible for Children Inc.